oralOrang

oral history (English)
Contributed by: Himasri Das on 2023-08-26
1. (Abstract Noun) A collection and study of historical information about people, families, important events, or everyday life using audiotapes, videotapes, or transcriptions of planned interviews. মৌখিক ইতিহাস হৈছে অডিঅ`টেপ, ভিডিঅ`টেপ বা পৰিকল্পিত সাক্ষাৎকাৰৰ প্ৰতিলিপি ব্যৱহাৰ কৰি মানুহ, পৰিয়াল, গুৰুত্বপূৰ্ণ পৰিঘটনা বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্য সংগ্ৰহ আৰু অধ্যয়ন৷